Unmotto oronyo Titelbild

Unmotto oronyo

Reinhören

30 Tage Audible Standard kostenlos testen

Danach 6,99 €/Monat. Monatlich kündbar
Für 0,00 € ausprobieren
Weitere Angebote

Unmotto oronyo

Von: ৰঞ্জু হাজৰিকা
Gesprochen von: Anabil Mahanta
Für 0,00 € ausprobieren

Verlängert sich nach 30 Tagen für 6,99 €/Monat. Monatlich kündbar.

Für 7,36 € kaufen

Für 7,36 € kaufen

অসমৰ এজন স্বনামধন্য সাহিত্যিক ৰঞ্জু হাজৰিকাই ৰচনা কৰা 'উন্মত্ত অৰণ্য' হৈছে এখন বহুজন-পঠিত উপন্যাস। জাকৰ পৰা অকলশৰীয়া হৈ আঁতৰি আহি উন্মাদৰ দৰে আচৰণ কৰিবলৈ ধৰে এটা বন্য হস্তিয়ে। উপায় হীন হৈ বন বিভাগৰ অনুগ্ৰহ মৰ্মে তিনিজন চিকাৰী বন্ধুৱে হাতিটোক তাৰ প্ৰেমিকাৰ হাতিজনীৰ সন্মুখতে হত্যা কৰে। পৰৱৰ্তী সময়ত তেঁওলোক প্ৰতিশোধ পৰায়ণা হৈ পৰা সেই প্ৰেমিকা হাতিজনীৰ দ্বাৰা বিভিন্ন বিলাই-বিপত্তিৰ সন্মুখীন হ'বলগীয়া হয়। এই আটাইবোৰ ঘটনা-পৰিঘটনাৰ ৰোমান্সকৰ বৰ্ণনাই মুলতঃ এই উপন্যাস খন। লগতে বন্য-হস্তিৰ জীৱন-ধাৰন, আচাৰ-আচৰণ আদিৰ বিষয়েও সৰস বিৱৰণ উপন্যাস খনত পোৱা যায়।©2023 Storyside IN (P)2023 Storyside IN Action & Abenteuer Krimis & Thriller Thriller
adbl_web_anon_alc_button_suppression_t1
Noch keine Rezensionen vorhanden