Klanto juddha Titelbild

Klanto juddha

Reinhören

30 Tage Audible Standard kostenlos testen

Danach 6,99 €/Monat. Monatlich kündbar
Für 0,00 € ausprobieren
Weitere Angebote

Klanto juddha

Von: ৰঞ্জু হাজৰিকা
Gesprochen von: Khalin Deka
Für 0,00 € ausprobieren

Verlängert sich nach 30 Tagen für 6,99 €/Monat. Monatlich kündbar.

Für 6,26 € kaufen

Für 6,26 € kaufen

Saisonale Sparangebote | 0,99 € pro Monat für die ersten 3 Monate

Danach 6,99 €/Monat. Bedingungen gelten. Monatlich kündbar.
এজন ব্যক্তিগত ডিটেকটিভ। নাম এজেণ্ট ৰঞ্জিত। এই ৰঞ্জিতৰ এগৰাকী খবৰ দিওঁতাকাৰী আছিল এটা চোৰাং ব্যৱসায়ী কৰা দলৰ, যি সদস্যও আছিল দলটোৰ। তেখেতৰ নাম এলিনা। এলিনাৰ অনিচ্ছা সত্ত্বেও সেই দলৰ সদস্য হবলৈ বাধ্য কৰোৱাইছিল, ব্লেক মেইল কৰিছিল দলৰ মুৰব্বী গৰাকীয়ে। এলিনা আৰু ৰঞ্জিত ক'ব গ'লে বন্ধুৰ দৰেই আছিল। এলিনাই ডেঞ্চাৰ হিচাপে কাম কৰিছিল ড্ৰচেৰা নামৰ এখন হোটেলত। এই হোটেলতে চোৰাং ব্যৱসায়ৰ এটা ঘাটি আছিল। এদিন এলিনাই ৰঞ্জিতক মাতিলে কিবা এটা খবৰ দিবৰ বাবে কিন্তু তাৰ আগতেই এলিনাৰ মৰাশ পোৱা গ'ল হোটেল খনত থকা এলিনাৰ নিজৰ কোঠাত। ইয়াৰ পৰাই আৰম্ভ হয় ৰঞ্জিতৰ অনুসন্ধানকাৰী যাত্ৰা। সহযোগী হৈছে ৰঞ্জিতৰ সহকৰ্মী এজেণ্ট সমৰ আৰু ইন্দৰ। বহুতো নামীদামী আৰু সাধাৰণ মানুহৰ চৰিত্ৰৰ লগতে সচাঁ মিছা, মুখা পিন্ধা ব্যক্তিৰ মাজেৰে কাহিনী আগ বাঢ়ে যাৰ মাজত থাকে চোৰাং ব্যৱসায়ৰ মুৰব্বী নিজে এক ছদ্মনামত। কিন্তু 'ওৰহী গছৰ ওৰ পেলালে' সুদুৰ কলিকতাৰ এজন ব্যক্তিগত ডিটেক্টিভে। তেখেতক নিযুক্তি দিছিল উক্ত ঘটনাটোৰ আওতালৈ অহা এজন মানুহে। শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ 'ক্লান্ত যোদ্ধা" একমাত্ৰ ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN Krimis
adbl_web_anon_alc_button_suppression_t1
Noch keine Rezensionen vorhanden