Ondhotrakh Titelbild

Ondhotrakh

Reinhören

30 Tage Audible Standard kostenlos testen

Danach 6,99 €/Monat. Monatlich kündbar
Für 0,00 € ausprobieren
Weitere Angebote

Ondhotrakh

Von: ৰঞ্জু হাজৰিকা
Gesprochen von: Jhunakangkan Bhuyan
Für 0,00 € ausprobieren

Verlängert sich nach 30 Tagen für 6,99 €/Monat. Monatlich kündbar.

Für 7,36 € kaufen

Für 7,36 € kaufen

Über diesen Titel

ক্ৰিমিনেল ইনভেষ্টিগেটৰৰ এজেণ্ট ৰঞ্জিত অসমৰ পৰা কলকাতালৈ যায় গুপ্তচক্ৰৰ পশ্চাদঘাটি কাৰ্যৰ শুংসূত্ৰ বিচাৰি। তাৰ পিছত বঙ্গোপসাগৰৰ পূৰ্বাশা দ্বীপত গুপ্তচক্ৰৰ ঘাটিৰ বিষয়ে জানিব পাৰি কেইগৰাকীমান সহযোগীৰ সৈতে তালৈ ঢাপলি মেলিলে। বহু আতংক, উৎকণ্ঠা, উদ্বেগৰ মাজেৰে আৰম্ভ হয় অভিযান। লগতে থাকে ভয়ঙ্কৰ প্ৰতিশোধৰ দাবানল। প্ৰতিটো মুহূৰ্ততে আছে ভয়, মৃত্যুৰ হাহাকাৰ। এটাই মাথোঁ প্ৰশ্ন। কোন সেইজন? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'অন্ধত্ৰাস©2023 Storyside IN (P)2023 Storyside IN Psychothriller Thriller
adbl_web_anon_alc_button_suppression_c
Noch keine Rezensionen vorhanden