Nil Prajapati Titelbild

Nil Prajapati

Reinhören

30 Tage Audible Standard kostenlos testen

Danach 6,99 €/Monat. Monatlich kündbar
Für 0,00 € ausprobieren
Weitere Angebote

Nil Prajapati

Von: অনুৰাধা শৰ্মা পূজাৰী
Gesprochen von: Sarmistha Chakravorty
Für 0,00 € ausprobieren

Verlängert sich nach 30 Tagen für 6,99 €/Monat. Monatlich kündbar.

Für 14,73 € kaufen

Für 14,73 € kaufen

সুখৰ পখিলাটো অহৰহ খেদি ফুৰে মানুহে। পায় জানো সুখ? নীল প্ৰজাপতি পৱিত্ৰ, অস্পৰ্শা, গভীৰ অৰণ্যতহে বিচাৰি পোৱা যায় বুলি প্ৰবাদ আছে। তেনেহলে, মানুহৰ সুখৰ নীল প্ৰজাপতিটোও মানুহৰেই অন্তৰৰ একান্ত নিভৃততম কোণত লুকাই নাথাকে জানো? অথচ, বিশ্বায়নে সৰু কৰি অনা পৃথিৱীত মানুহ যেন ক্ৰমশঃ আঁতৰি গৈ আছে ইজনে সিজনৰ মনৰ পৃথিৱীখনৰ পৰা। মনৰ সম্পৰ্কবোৰত থকা সুখ, দুখ, বিশ্বাস, সংঘাত, মিলন আদি অনুভূতিবোৰ যেন জটিলতৰ হৈ গৈ আছে। ক'ত বিচাৰি চোৱা যায় সুখৰ নীল প্ৰজাপতি? আহক বিচাৰি চাওঁ অনুৰাধা শৰ্মা পূজাৰীৰ এই মনোমোহা উপন্যাসখনত।©2021 Storyside IN (P)2021 Storyside IN Belletristik
adbl_web_anon_alc_button_suppression_t1
Noch keine Rezensionen vorhanden