Baghbondi khela Titelbild

Baghbondi khela

Reinhören

30 Tage Audible Standard kostenlos testen

Danach 6,99 €/Monat. Monatlich kündbar
Für 0,00 € ausprobieren
Weitere Angebote

Baghbondi khela

Von: ৰঞ্জু হাজৰিকা
Gesprochen von: Gautam Mazumdar
Für 0,00 € ausprobieren

Verlängert sich nach 30 Tagen für 6,99 €/Monat. Monatlich kündbar.

Für 7,36 € kaufen

Für 7,36 € kaufen

বাঘবন্দী খেলা , ৰঞ্জু হাজৰিকাৰ অনবদ্য সৃষ্টিসমূহৰ মাজৰে এখন অতি উপভোগ্য ৰহস্যভিত্তিক উপন্যাস ৷ লাবন্যপ্ৰভা, ভতিজাক পুলক আৰু তেওঁৰ পত্নী ৰূপালীক কেন্দ্ৰ কৰিয়েই মূল কাহিনীটো আগবাঢ়ি গৈছে ৷ বৰমাক লাবন্যপ্ৰভাৰ পৰা পোৱা, অহৰহ অশান্তিৰ পৰা পৰিত্ৰান পাবৰ বাবে পুলক আৰু ৰূপালীয়ে কিদৰে বিভিন্ন ষড়যন্ত্ৰৰ মাজেৰে বৰমাক লাবন্যপ্ৰভাক হত্যা কৰাৰ চক্ৰান্ত কৰে আৰু কিদৰে প্ৰতিবাৰেই বিফল হ'বলগা হয়, তাকেই কাহিনীটোৰ মাজেৰে বৰ্ননা কৰা হৈছে ৷ কিন্তু পৰবৰ্তী সময়ত কিদৰে লাবন্যপ্ৰভাৰ মৃত্যু হয়, তাক জানিবৰ বাবে ষ্ট'ৰীটেলৰ জৰিয়তে শুনো আহক বাঘবন্দী খেলা ৷©2023 Storyside IN (P)2023 Storyside IN Thriller
adbl_web_anon_alc_button_suppression_t1
Noch keine Rezensionen vorhanden