Chinnomostar Manuhtu okładka

Chinnomostar Manuhtu

Posłuchaj fragmentu
Jetzt starten
Więcej ofert

Chinnomostar Manuhtu

Autor: মামণি ৰয়ছম গোস্বামী
Czyta: Bhaskarjyoti Acharjya
Jetzt starten

Kup za 11,81 €

Kup za 11,81 €

Das größte Angebot der Saison | 0,99 € pro Monat für die ersten 3 Monate + 15 € Audible-Guthaben

Danach 6,99 €/Monat. Bedingungen gelten. Monatlich kündbar.
O tym tytule
ভাৰতত তেতিয়া বৃটিছৰাজ। কামাখ্যা দেৱালয়ৰ পৰিৱেশ বৃটিছ প্ৰভাৱৰ পৰা ভালেখিনি মুক্ত আছিল। বলি বিধান বাধাহীন ভাৱে চলিছিল। কিন্তু, সন্যাসী হৈও এগৰাকীয়ে এই বলি বিধানৰ বিৰোধিতা কৰি জনমত গঢ়াত লাগিছিল। অন্যতম সহযোগী আছিল ইংৰাজ মহিলা ডৰথী। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু স্বাৰ্থপৰতাই তমসাৰে ভৰাই কদৰ্য কৰি ৰখা সমাজত সেই সন্যাসী সফল হ'বনে? ষড়যন্ত্ৰকাৰীৰ কৌশলত পৰি ডৰথীৰ কিবা হ'ব নেকি? গিৰিবালা একা? .... এচোৱা পোহৰহীন সময়ৰ দলিল, দেৱীৰ মায়ালগা পৰিৱেশ বৰ্ণিত উপন্যাস 'ছিন্নমস্তাৰ মানুহটো'। মামণি ৰয়ছম গোস্বামীৰ এই কাহিনীয়ে আপোনাক এটা এন্ধাৰ পথেৰে লৈ যাব কামাখ্যালৈ...©2021 Storyside IN (P)2021 Storyside IN Kryminały
adbl_web_anon_alc_button_suppression_t1
Brak recenzji