Xanito nokh Titelbild

Xanito nokh

Reinhören
0,00 € - kostenlos hören
Aktiviere das kostenlose Probeabo mit der Option, monatlich flexibel zu pausieren oder zu kündigen.
Nach dem Probemonat bekommst du eine vielfältige Auswahl an Hörbüchern, Kinderhörspielen und Original Podcasts für 9,95 € pro Monat.
Wähle monatlich einen Titel aus dem Gesamtkatalog und behalte ihn.

Xanito nokh

Von: ৰঞ্জু হাজৰিকা
Gesprochen von: ৰূপকৃষ্ণ পাটৰ
0,00 € - kostenlos hören

9,95 € pro Monat nach 30 Tagen. Monatlich kündbar.

Für 6,95 € kaufen

Für 6,95 € kaufen

Über diesen Titel

ৰঞ্জু হাজৰিকাৰ বহুকেইখন জনপ্ৰিয় ৰহস্য উপন্যাসৰ চিনাকী ডিটেকটিভ চৰিত্ৰ পবিত্ৰ লহকৰ, ডঃ অমলকৃষ্ণ হাজৰিকা আৰু দেৱজিত ফুকন 'শানিত নখ'ৰো কেন্দ্ৰীয় চৰিত্ৰ। জুৱেল থিফ্ কোন? পাৰ্থপ্ৰতীমৰ মহামূল্যৱান 'ৰূবী'টোৰ অপহৰণৰ অন্তৰালত প্ৰকৃততে কোন? গোপন ৰহস্যৰ শুংশুত্ৰ বিচাৰি ডিটেকটিভ দেৱজিত ফুকন আৰু পবিত্ৰ লহকৰ দিশহাৰা। আৰু অমলকৃষ্ণ? দুৰ্বৃত্তৰ পিষ্টলৰ গুলীত পবিত্ৰ নিহত, কিন্তু.. তনুজা কোন? তেওঁ যদি পাৰ্থৰ প্ৰেমিকা তেন্তে কিয় আহিছিল 'ৰূবী'টো অপহৰণ কৰিবলৈ? ৰহস্যৰ কুহেলিকাত আপুনিও দিশহাৰা হৈ পৰিব.. শানিত নখৰ আঁচোৰত আপুনিও ধৰাশায়ী হৈ পৰিব। আতংক, ঊৎকণ্ঠা, উদ্বেগৰ ভয়ংকৰ ৰূদ্ধশ্বাস কাহিনী 'শানিত নখ' এইবাৰ শুনক ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN Krimis
Noch keine Rezensionen vorhanden