Chinnomostar Manuhtu cover image

Chinnomostar Manuhtu

Listen to a sample

Get 30 days of Standard free

€6.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Chinnomostar Manuhtu

By: মামণি ৰয়ছম গোস্বামী
Narrated by: Bhaskarjyoti Acharjya
Try for €0.00

€6.99 a month after 30 days. Cancel anytime.

Buy Now for €11.81

Buy Now for €11.81

Season's Savings | 0.99 €/mo for 3 months

6.99 €/month thereafter - terms apply. Cancel monthly.
ভাৰতত তেতিয়া বৃটিছৰাজ। কামাখ্যা দেৱালয়ৰ পৰিৱেশ বৃটিছ প্ৰভাৱৰ পৰা ভালেখিনি মুক্ত আছিল। বলি বিধান বাধাহীন ভাৱে চলিছিল। কিন্তু, সন্যাসী হৈও এগৰাকীয়ে এই বলি বিধানৰ বিৰোধিতা কৰি জনমত গঢ়াত লাগিছিল। অন্যতম সহযোগী আছিল ইংৰাজ মহিলা ডৰথী। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু স্বাৰ্থপৰতাই তমসাৰে ভৰাই কদৰ্য কৰি ৰখা সমাজত সেই সন্যাসী সফল হ'বনে? ষড়যন্ত্ৰকাৰীৰ কৌশলত পৰি ডৰথীৰ কিবা হ'ব নেকি? গিৰিবালা একা? .... এচোৱা পোহৰহীন সময়ৰ দলিল, দেৱীৰ মায়ালগা পৰিৱেশ বৰ্ণিত উপন্যাস 'ছিন্নমস্তাৰ মানুহটো'। মামণি ৰয়ছম গোস্বামীৰ এই কাহিনীয়ে আপোনাক এটা এন্ধাৰ পথেৰে লৈ যাব কামাখ্যালৈ...©2021 Storyside IN (P)2021 Storyside IN Mystery
adbl_web_anon_alc_button_suppression_t1
No reviews yet