Boragi Nodir Ghat Titelbild

Boragi Nodir Ghat

Reinhören
Das größte Angebot der Saison

0,99 € pro Monat für die ersten 3 Monate + 15 € Audible-Guthaben

Nach 3 Monaten 6,99 €/Monat. Monatlich kündbar.
Jetzt starten
Das Angebot gilt bis zum 28. Dezember 2026.
Weitere Angebote

Boragi Nodir Ghat

Von: অনুৰাধা শৰ্মা পূজাৰী
Gesprochen von: Sasanka Samir
Jetzt starten

Nach 3 Monaten 6,99 €/Monat. Monatlich kündbar. Angebot endet am 28. Dezember 2026.

Für 12,52 € kaufen

Für 12,52 € kaufen

Das größte Angebot der Saison | 0,99 € pro Monat für die ersten 3 Monate + 15 € Audible-Guthaben

Danach 6,99 €/Monat. Bedingungen gelten. Monatlich kündbar.
Über diesen Titel
এটা মধ্য আৰু নিম্নবিত্তৰ অঞ্চলত হঠাতে খলকনি তুলিলে এটা নামে। মিচেছ খান্না। কিন্তু কোন এই মিচেছ খান্না? হাইকামাণ্ড ষ্টোৰৰ ধৰণী দলেৰ লগত কেনেকৈ যোগাযোগ হ'ল মিচেছ খান্নাৰ? ধৰণীৰ দোকানখনৰ নামেই বা কিয় হাইকামাণ্ড ষ্টোৰ? মিচেছ খান্নাক লগ পোৱাৰ পিছত কিয় নয়নতৰাৰ কথাই আমনি কৰিছিল ধৰণীক? কোন আছিল নয়নতৰা? কিয় কৈছিল নয়নতৰাই - তুমি কোৱা অবৈধ অশ্লীলতা এইবোৰ মই নুবুজোঁ। চন্দ্ৰক মই মনেৰে ঘিণ কৰোঁ, অথচ চন্দ্ৰক দেহাটো সদায় দিবলৈ বাধ্য। তুমি মোৰ বিবাহিত পুৰুষ নহয়, অথচ স্ব-ইচ্ছাই তোমাৰ বুকুত মই সোমাই আছোঁ। চকুৰ আগতে সলনি হৈ গৈছিল সময়। মানুহবোৰৰ মনবোৰ সলনি হৈ গৈছিল। সলনি হোৱা মানুহবোৰৰ কথাবোৰে আঘাট কৰিছিল ধৰণীক। কিন্তু কিয়? মনৰ মাজত দোলা দি থকা কথাবোৰ বাস্তৱ হ'ল নে? মিচেছ খান্নাৰ কি হ'ল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস 'ব'ৰাগী নদীৰ ঘাট'।©2022 Storyside IN (P)2022 Storyside IN Belletristik
adbl_web_anon_alc_button_suppression_t1
Noch keine Rezensionen vorhanden