Image de couverture de Aaborir Akash Aru Prithibi

Aaborir Akash Aru Prithibi

Écouter un extrait
La meilleure offre de la saison

0,99 €/mois pendant 3 mois + 15 € de crédit Audible

Renouvellement automatique à 6,99 €/mois après 3 mois. Annulation mensuelle possible.
Profiter de l’offre
L'offre prend fin le 28 décembre 2026.
Plus d'offres

Aaborir Akash Aru Prithibi

De : মনালিছা শইকীয়া
Lu par : Sarmistha Chakravorty
Profiter de l’offre

Renouvellement automatique à 6,99 €/mois après 3 mois. Annulation mensuelle possible. L'offre se termine le 28 décembre 2026.

Acheter pour 12,52 €

Acheter pour 12,52 €

La meilleure offre de la saison | 0,99 €/mois pendant les 3 premiers mois + 15 € de crédit Audible

6,99 €/mois par la suite. Des conditions s’appliquent. Annulation mensuelle possible.
À propos de ce titre
জীৱনক বুজিব লাগিব। জীৱনৰ মুখামুখি হ'ব পাৰিব লাগিব। মাটিত ভৰি ৰাখিবলৈও তাইক সাহসৰ দৰকাৰ। সেই সাহস আৰু শক্তি তাই আহৰণ কৰিব বুদ্ধৰ পৰা। এইখিনি কথা তাইক সুন্দৰ চমুৱাই কৈছিল। তাই' 'আবৰি' । নিজকে খোলাৰ ভিতৰত সামৰি আনৰ সুখৰ বাবে সৰ্বস্ব বিলাই দিয়া এজনী ছোৱালী। পৃথিৱীৰ জটিলতাৰ তুলনাত তাইৰ ভগ্ন হৃদয়ৰ বিননি যেন মাথোঁ বিলাসিতা। প্ৰেমে মানুহক ধ্বংস নকৰে। সকলোকে ভালপোৱা আবৰি নামৰ ছোৱালীজনীয়ে ডাঙৰ হৈ অহাৰ লগে লগে বুজি উঠে বহু কথা। কিন্তু কি হ'ল আবৰিৰ? আবৰিয়ে পাৰিলে নে বুদ্ধ ৰ পৰা সাহস আৰু শক্তি আহৰণ কৰিব? মানসিক ভাৰসাম্যতা হেৰুৱাই পেলোৱা তাইৰ মৰমৰ সীমা বায়েকৰ কি হ'ল? আৰু বকুল খুৰা! তাইৰ কৈশোৰৰ বন্ধু, তাইৰ কৈশোৰৰ প্ৰেম পৰিমল ৰ কাহিনীয়ে বা কোনফালে গতি ল'লে? আৰু তাইৰ প্ৰিয় কবি, তেওঁৰ সৈতে আবৰিৰ সম্পৰ্ক কি আছিল? আহক শুনোঁ জনপ্ৰিয় কাহিনীকাৰ মনালিছা শইকীয়াৰ প্ৰেম আৰু জীৱনবোধেৰে পৰিপূৰ্ণ উপন্যাস 'আবৰিৰ আকাশ আৰু পৃথিৱী', শৰ্মিষ্টা চক্ৰৱৰ্তীৰ কণ্ঠত।©2021 Storyside IN (P)2021 Storyside IN Belletristik
adbl_web_anon_alc_button_suppression_t1
Aucune critique pour le moment